নুৰজাহান
অৱয়ব

নুৰজাহান ৰ প্ৰকৃত নাম আছিল মেহৰ-উন-নিছা(জন্ম, ৩১ মে' ১৫৭৭ –মৃত্যু, ১৮ ডিচেম্বৰ ১৬৪৫) আছিল মোগল সম্ৰাট জাহাংগীৰৰ বিংশতম (আৰু শেষ) পত্নী।নিজৰ নামত মুদ্ৰা খোদিত কৰা তেৱেঁই একমাত্ৰ মোগল সম্ৰাজ্ঞী।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- এই দুখীয়া অচিনাকি মানুহৰ কবৰত কোনো দীপ জ্বলিব নালাগে, কোনো গোলাপ ফুল ফুলিব নালাগে; কোনো পখিলাৰ ডেউকা জ্বলিব নালাগে, কোনো নাইটিংগেলে গান গাব নালাগে।
- হুইলাৰ থেকষ্টনে অনুবাদ কৰা নুৰ জাহানৰ সমাধিৰ ওপৰত থকা এপিটাফ, "নুৰ জাহান"ত উদ্ধৃত, পৃ. ২৭৫
নুৰজাহানৰ বিষয়ে উক্তি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ভাগ্যই নিৰ্দেশ দিছিল যে তাই বিশ্বৰ ৰাণী আৰু সময়ৰ ৰাজকুমাৰী হ’ব।
- এইচ এম ইলিয়ট আৰু জন ডাউছনৰ সম্পাদনাত মুতামাদ খানৰ ইকবাল নামা-ই-জাহাংগীৰী "নুৰ জাহান", পৃ. ১৯
- তেওঁৰ প্ৰভাৱ আৰু প্ৰতিপত্তি দিনক দিনে বাঢ়ি আহিছিল... তেওঁৰ ছীল অবিহনে কোনো মহিলাক মাটিৰ অনুদান দিয়া হোৱা নাছিল... কেতিয়াবা তাইৰ ৰাজপ্ৰসাদৰ বেলকনিত বহিছিল, য'ত সম্ভ্ৰান্ত লোকসকলে তেওঁৰ আদেশ শুনিবলৈ গোট খাইছিল। তেওঁৰ নামত মুদ্ৰা তৈয়াৰ কৰা হৈছিল... [আৰু] সকলো ডিক্ৰীতে "নুৰ জাহান"—অৰ্থাৎ "ৰাণী বেগম" নামৰ সৈতে ৰাজকীয় স্বাক্ষৰ আছিল। [গতিকে] যে অৱশেষত, তাইৰ কৰ্তৃত্ব ইমানেই বৃদ্ধি পালে যে ৰজাজন কেৱল মূৰ্তিৰ ৰূপলৈ হ্ৰাস পালে।
- এইচ এম ইলিয়ট আৰু জন ডাউছনৰ সম্পাদনাত মুতামাদ খানৰ ইকবাল নামা-ই-জাহাংগীৰী "নুৰজাহান", পৃ. ৪৩
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- Iqbal Nama-i-Jahangiri of Mutamad Khan, edited by H. M. Elliot & John Dowson.
- Ellison Banks Findly: Nur Jahan, Empress of Mugahal India, Oxford University Press, New York, 1993

