সমললৈ যাওক

নিদা ফাজলী

ৱিকিউদ্ধৃতিৰ পৰা

মক্তিদা হাছান নিদা ফাজলী (ইংৰাজী: Muqtida Hasan Nida Fazli; ১২ অক্টোবৰ ১৯৩৮ – ৮ ফেব্ৰুৱাৰী ২০১৬) আছিল এগৰাকী ভাৰতীয় হিন্দী আৰু উৰ্দু কবি, গীতিকাৰ আৰু সংলাপ লেখক। সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০১৩ চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে।

  1. সচেতনসকলে খবৰ ৰাখিছেনে আত্মবিস্মৃতি কি?
    প্ৰেম কৰা, তাৰ পাছত বুজিবা জীৱন কি![১]
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: