নামত মাজুলী কহয় সৱে
অৱয়ব
নামত মাজুলী কহয় সৱে জয়ন্ত মাধৱ বৰাৰ এখন উপন্যাস৷ উপন্যাসখন প্ৰথম প্ৰকাশ হয় প্ৰথম প্ৰকাশ ২০১৬ চনৰ ছেপ্তেম্বৰ মাহত৷ দ্বিতীয় প্ৰকাশ ২০১৬ চনৰ মাহত, প্ৰকাশক জ্যোতি প্ৰকাশন, গুৱাহাটী - অসম৷
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- "গোটবৰালী মাছ খোৱা মাজুলীয়াল, পিছ পৰা মাজুলীৰ পৰা পিছ নপৰি আগবাঢ়িবি নেকি? যা, যা, পঢ়িব নেলাগে, মাজুলীতে বহি গোসাঁইৰ প্ৰসাদ খাই থাকগৈ। -এনেকুৱা সুৰত, এনেকুৱা ভংগীমাত কেশৱৰাম বৰাই কথাকেইটা ক'লে, ওচৰত থিয় হৈ ৰৈ থকা কেইটাই ভেল্কীবাজী দেখুওৱা মানুহটোলৈ চাই থকাদি হা কৰি মুখখন মেলি চায়েই থাকিল। আও, এনেকৈনো অপমান কৰিব লাগে নে?"[১]
তথ্যসূত্ৰ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ বৰা, জয়ন্ত মাধৱ (নৱেম্বৰ, ২০১৬)। নামত মাজুলী কহয় সৱে। জ্যোতি প্ৰকাশন, গুৱাহাটী - অসম, পৃষ্ঠা:৩। ISBN: 978-93-81485-89-7।