ধ্ৰুৱপুত্ৰ
অৱয়ব
ধ্ৰুৱপুত্ৰ হ'ল অমৰ মিত্ৰৰ দ্বাৰা উজ্জয়িনী নগৰ, শিপ্ৰানৈৰ পটভূমিত ৰচিত এখন উপন্যাস৷ বাংলা ভাষাত ৰচিত এই উপন্যাসখনৰ বাবে অমৰ মিত্ৰই ২০০৬ চনত সাহিত্য অকাডেমী বঁটা লাভ কৰে। অসমীয়া সাহিত্যৰ এগৰাকী পৰিচিত অনুবাদক সত্যেন চৌধুৰীয়ে অসমীয়া ভাষালৈ উপন্যাসখন অনুবাদ কৰিছে৷ সাহিত্য অকাডেমীয়ে ২০১৭ চনত উপন্যাসখনৰ অসমীয়া অনুবাদ প্ৰথম প্ৰকাশ কৰে৷
উক্তি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- অনাত্মীয় গাভৰুৰ ৰূপত মুগ্ধতা প্ৰকাশ - সেয়াতো শিষ্টাচাৰ নহয়৷[১]
তথ্যসূত্ৰ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ অমৰ মিত্ৰ (অসমীয়া অনুবাদঃ সত্যেন চৌধুৰী) (২০১৭)। ধ্ৰুৱপুত্ৰ। সাহিত্য অকাদেমি, পৃষ্ঠা:১২। ISBN: 978-81-260-5398-8।