সমললৈ যাওক

ধীৰুভাই আম্বানী

ৱিকিউদ্ধৃতিৰ পৰা
ধীৰুভাই আম্বানী, ভাৰতীয় ডাক টিকটত ,২৮ ডিচেম্বৰ ২০০২

ধীৰুভাই আম্বানী (২৮ ডিচেম্বৰ ১৯৩২ – ৬ জুলাই ২০০২) এজন ভাৰতীয় ব্যৱসায়ী আৰু উদ্যোগী আছিল। তেওঁ ১৯৫৮ চনত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ প্ৰতিষ্ঠা কৰা আম্বানীয়ে ১৯৭৭ চনত "ৰিলায়েন্সক" ৰাজহুৱা কৰে। ২০১৬ চনত তেওঁক মৰণোত্তৰভাৱে বাণিজ্য আৰু উদ্যোগলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বিভূষণেৰে সন্মানিত কৰা হয়।


  1. ডাঙৰ চিন্তা কৰক, খৰকৈ চিন্তা কৰক। আইডিয়া কাৰো একচেটিয়া অধিকাৰ নহয়।[]
  2. ভাৰতবৰ্ষ এখন মহান অৰ্থনৈতিক মহাশক্তি হোৱাৰ সপোন দেখিছোঁ।[][]
  3. আমি আমাৰ শাসকক সলনি কৰিব নোৱাৰো, কিন্তু অন্ততঃ তেওঁলোকক আমাক কেনেকৈ শাসন কৰিব লাগে শিকাব পাৰো।[]
  1. Attributed without citation at "Quotations by 60 Greatest Indians". প্ৰকাশক: Dhirubhai Ambani Institute of Information and Communication Technology.
  2. In a video interview, Dhirubhai Ambani & Chitralekha (16 January 1995)
  3. Hindustan Times: News about Dhirubhai books
  4. Goodreads https://www.goodreads.com Quotes by Dhirubhai Ambani (Author of Against All Odds)
:w:
:w: