সমললৈ যাওক

দ্ৰষ্টী ধামী

ৱিকিউদ্ধৃতিৰ পৰা
২০১৬ চনত দ্ৰষ্টী ধামী

দ্ৰষ্টী ধামী (জন্ম ১০ জানুৱাৰী ১৯৮৫) এগৰাকী ভাৰতীয় টেলিভিছন অভিনেত্ৰী, মডেল আৰু নৃত্যশিল্পী। তেওঁ মূলত দিল মিল গয়ে, গীত - হুই চবচে পৰায়ি, মধুবালা – এক ইশক এক জুনুন আৰু এক থা ৰাজা এক থী ৰাণী আদি ধাৰাবাহিকত কৰা অভিনয়ৰ বাবে পৰিচিত।

দ্ৰষ্টী ধামী
  • "ই এটা বাৰ্তা দিছে যে কেতিয়াবা আপোনাৰ সিদ্ধান্তত হয়তো পৰিয়ালে সমৰ্থন নিদিবও পাৰে, কিন্তু যদি আপুনি ভাবে যে আপুনি সঠিক দিশত গৈ আছে, তেন্তে আগবাঢ়ি যাওক।"
  • "দীঘলীয়া কৰ্মঘণ্টাৰ উপৰিও একেবোৰ মানুহক লগ পোৱা আৰু একেবোৰ সংলাপ কোৱাটো কেতিয়াবা আমনিদায়ক হৈ পৰিব পাৰে।"
  • "মই নাভাবো যে কোনো নায়িকাৰ বৈবাহিক অৱস্থাই একো পাৰ্থক্য আনি দিয়ে। টিভিত সকলো চৰিত্ৰটোৰ ওপৰত নিৰ্ভৰ কৰে। আমাৰ বহুতো বিবাহিত অভিনেত্ৰীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰি আছে। আমি হয়তো বাস্তৱ জীৱনতকৈ টিভিতহে বেছি বিবাহিত।"
  • "মই ভাবোঁ মহিলাসকলে কেনেকৈ সংস্কৃতবান আৰু পৰম্পৰাগত হোৱাৰ লগতে স্বাৱলম্বী হ’ব লাগে সেয়া জনা উচিত। সেই ভাৰসাম্যটো গুৰুত্বপূৰ্ণ। প্ৰতিগৰাকী মহিলাৰে নিজৰ হৈ কথা কোৱাৰ শক্তি থাকিব লাগে।"
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা:
Commons
Commons
ৱিকিমিডিয়া কমন্সত সম্বন্ধিত মিডিয়া: