দবা
অৱয়ব



দবা হৈছে ৮×৮ আকাৰৰ মুঠ ৬৪টা ঘৰৰ এখন ক'লা বগা ঢালত দুজন খেলুৱৈয়ে খেলা এক মনোৰঞ্জক আৰু প্ৰতিযোগিতামূলক খেল, য'ত প্ৰতিজনে ১৬টাকৈ গুটি নিয়ন্ত্ৰণ কৰে।
উক্তি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- দবা খেলৰ বাবে জীৱনটো বৰ চুটি।
- হেনৰী জেমছ বাইৰন, আৱাৰ বয়জ (১৮৭৫), প্ৰথম দৃশ্য
- এম্বাৰ্লি দবাত খুব দক্ষ আছিল—ৱাটছন, ই এক কৌশলী মনৰ লক্ষণ।** চাৰ্লক হোমস, চাৰ আৰ্থাৰ কোনান ডয়ল-ৰ চুটি গল্প "দ্য অ্যাডভেঞ্চাৰ অফ দ্য ৰিটায়াৰ্ড কালাৰমেন"ত-
- “মোৰ দৃষ্টিত কিংছ গেম্বিট একেবাৰে ধ্বংস হৈ গৈছে; ই অনিবাৰ্যভাৱে পৰাজয়ৰ দিশলৈ লৈ যায়।”
- ববী ফিশ্বাৰ, "এ বাস টু দ্য কিংস গ্যাম্বিট (১৯৬০)