জেক লণ্ডন
অৱয়ব
জন গ্ৰীফিথ "জেক" লণ্ডন ( জন গ্ৰীফিথ চেনী, ১২ জানুৱাৰী, ১৮৭৬ – ২২ নৱেম্বৰ, ১৯১৬) হ'ল এজন আমেৰিকান ঔপন্যাসিক, সাংবাদিক আৰু সমাজকৰ্মী। তেওঁ জেক লণ্ডন নামেৰেই পাঠক সমাজত পৰিচিত৷
উক্তি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- জীৱন? বাহ! ইয়াৰ কোনো মূল্য নাই। সস্তীয়া বস্তুৰ ভিতৰত ই আটাইতকৈ সস্তা।[১]
- জীৱনে নিজৰ শিখৰত উপনীত হয় যেতিয়া ই যিটো কাম কৰিবলৈ সাজু আছিল, সেইটো চৰমভাৱে কৰে।[২]
- তেওঁৰ লগত অসুবিধাটো হ'ল যে তেওঁ কল্পনাহীন আছিল। জীৱনৰ কথাবোৰত তেওঁ দ্ৰুত আৰু সজাগ আছিল, কিন্তু কেৱল কথাবোৰত, তাৎপৰ্য্যৰ ক্ষেত্ৰত নহয়।[৩]
তথ্যসূত্ৰ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ (1904) The Sea-Wolf।
- ↑ (1906) White Fang।
- ↑ (1910) Lost Face।