জেক কেৰ'য়াক
অৱয়ব

জিন-লুই লেব্ৰিছ ডি কেৰ'য়াক (ইংৰাজী: Jean-Louis Lebris de Kérouac ; জন্ম: ১২ মাৰ্চ ১৯২২ – মৃত্যু : ২১ অক্টোবৰ ১৯৬৯), এজন আমেৰিকান ঔপন্যাসিক, কবি আৰু শিল্পী আছিল। বিট জেনেৰেচনৰ লেখকসকলৰ মাজত তেওঁ আছিল এক কেন্দ্ৰীয় ব্যক্তি।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- আশাকৰোঁ এইটো সঁচা যে এজন মানুহে মৰিব পাৰে আৰু তথাপিও কেৱল আনৰ মাজত জীয়াই থকাই নহয় তেওঁলোকক জীৱন দিব পাৰে, আৰু কেৱল জীৱনেই নহয় জীৱনৰ বৃহত্তৰ চেতনাও দিব পাৰে।
- - কেৰুৱাকৰ ৰোমানিবাছত ছপা কৰা জাৰ্নেল এণ্ট্ৰি (নৱেম্বৰ ১৯৫১)।
- আপোনাৰ জীৱনৰ প্ৰতিটো মুহূৰ্ত প্ৰেমত থাকক।
- - "বিলিভ এণ্ড টেকনিক ফৰ মডাৰ্ণ প্ৰ'জ: লিষ্ট অৱ এচেন্সিয়েলছ" আৰবেল পৰ্টাৰলৈ লিখা এখন পত্ৰত (২৮ মে' ১৯৫৫); জেক কেৰ’য়াক: চিলেক্টেড লেটাৰ্ছ ১৯৪০-১৯৫৬ (১৯৯৫)ত প্ৰকাশ পাইছিল। কেতিয়াবা ভুল উদ্ধৃতি দিয়া হয় "নিজৰ জীৱনৰ প্ৰতিটো মিনিটতে প্ৰেমত থাকক।"
- ট্ৰেণ্ড, ক্ষন্তেকীয়া চখ, জনমতৰ ওচৰত বলি হোৱাসকলে কোনো মহান একো লাভ নকৰে।[১]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ Jack Kerouac Quotes. আহৰণ কৰা হৈছে: 24 এপ্ৰিল 2026.