জুবিনৰ পদ্য
অৱয়ব
জুবিনৰ পদ্য জুবিন গাৰ্গৰ নিৰ্বাচিত কবিতাৰ সংকলন। গৰিমা শইকীয়া গাৰ্গে প্ৰকাশ কৰা সংকলনখন প্ৰথম প্ৰকাশ হৈছিল ২০১৮ চনৰ ১৮ নৱেম্বৰত।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- "হাজাৰ ৰাতি মৰি যায় হীৰুদাৰ দুখত
হাজাৰ হাজাৰ পোহৰে ভুমুকিয়াই
লুকাই হেৰাই হীৰুদাৰ বাঁহীৰ সুৰত"[১] - "সাগৰ দেখিছা?
তাত বৰ এন্ধাৰ
ঢৌৱে কোবায়
শব্দৰ কোলাহল"[২] - "এনেদৰেই এদিন মই মৰি যাম
এনেদৰেই এদিন মই পৰি ৰ'ম মৰাশ হৈ"[৩] - "জোনাকত মই জীয়াই থাকোঁ
ৰ'দত মৰিবলৈ মন"[৪] - "মই নদীৰ পৰা সাগৰলৈ যাব পাৰোঁ
সাগৰৰ পৰা নদীলৈ ঘূৰিও আহিব পাৰোঁ"[৫] - "জীৱনত এবাৰেই শুই দে
উঠিবলৈ নাপাবি সময়
আকৌ উঠি দে
শুবলৈ নাপাবি সময়"[৬]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ গাৰ্গ, জুবিন (২০১৮)। জুবিনৰ পদ্য। গৰিমা শইকীয়া গাৰ্গ, পৃষ্ঠা:৯।
- ↑ গাৰ্গ, জুবিন (২০১৮)। জুবিনৰ পদ্য। গৰিমা শইকীয়া গাৰ্গ, পৃষ্ঠা:১১।
- ↑ গাৰ্গ, জুবিন (২০১৮)। জুবিনৰ পদ্য। গৰিমা শইকীয়া গাৰ্গ, পৃষ্ঠা:২১।
- ↑ গাৰ্গ, জুবিন (২০১৮)। জুবিনৰ পদ্য। গৰিমা শইকীয়া গাৰ্গ, পৃষ্ঠা:২৭।
- ↑ গাৰ্গ, জুবিন (২০১৮)। জুবিনৰ পদ্য। গৰিমা শইকীয়া গাৰ্গ, পৃষ্ঠা:৪১।
- ↑ গাৰ্গ, জুবিন (২০১৮)। জুবিনৰ পদ্য। গৰিমা শইকীয়া গাৰ্গ, পৃষ্ঠা:৪৩।