সমললৈ যাওক

জীৱনৰ ভগ্নাংশ

ৱিকিউদ্ধৃতিৰ পৰা

জীৱনৰ ভগ্নাংশ [] তৃতীয়খন কাব্য সংকলন৷ সহযোদ্ধা আৰু অশ্লীল ৰাতিৰ কবিতাৰ পাছত প্ৰকাশ হৈছিল জীৱনৰ ভগ্নাংশ৷ জীৱনৰ ভগ্নাংশ প্ৰথম প্ৰকাশ হৈছিল ২০০১ চনৰ ডিচেম্বৰ মাহত আৰু সংকলনখনৰ প্ৰকাশক গুৱাহাটীৰ ষ্টুডেণ্টচ্ ষ্ট'ৰচ্৷

  • "যিজনে মানুহৰ শোভাযাত্ৰাত
    চামিল হ'বলৈ শিকা নাই

    তেওঁৰ বাবে সুখো
    এক ধৰণৰ দুখ"[]
  • "ভৰি দুখনৰ এটাই মাথোঁ সান্ত্বনা
    ইহঁত জোতাৰ দৰে
    সলনি হৈ নাথাকে৷"[]
  • "উত্তৰটো যদি মিলা নাই
    ক'ৰবাত এটা ভুল হৈছে‍
    কিন্তু ভুল যে হৈছে‍
    সেই কথাটো কেনেবাকৈ আপুনি‍
    জানি ল'বই লাগিব"[]
  1. ভট্টাচাৰ্য, অতনু (ডিচেম্বৰ, ২০০১)। জীৱনৰ ভগ্নাংশ। ষ্টুডেণ্টচ্ ষ্ট'ৰচ্, গুৱাহাটী - ১, অসম, পৃষ্ঠা:ভগ্নাংশৰ ভগ্ন অংশবোৰ।
  2. ভট্টাচাৰ্য, অতনু (ডিচেম্বৰ, ২০০১)। জীৱনৰ ভগ্নাংশ। ষ্টুডেণ্টচ্ ষ্ট'ৰচ্, গুৱাহাটী - ১, অসম, পৃষ্ঠা:১৪।
  3. ভট্টাচাৰ্য, অতনু (ডিচেম্বৰ, ২০০১)। জীৱনৰ ভগ্নাংশ। ষ্টুডেণ্টচ্ ষ্ট'ৰচ্, গুৱাহাটী - ১, অসম, পৃষ্ঠা:৩০।
  4. ভট্টাচাৰ্য, অতনু (ডিচেম্বৰ, ২০০১)। জীৱনৰ ভগ্নাংশ। ষ্টুডেণ্টচ্ ষ্ট'ৰচ্, গুৱাহাটী - ১, অসম, পৃষ্ঠা:৪৭।