চেৰেনা উইলিয়ামছ
অৱয়ব
চেৰেনা উইলিয়ামছ ( ইংৰাজী:Serena Williams, জন্ম: ২৬ ছেপ্টেম্বৰ ১৯৮১) এগৰাকী বিশ্ববিখ্যাত আমেৰিকান টেনিছ খেলুৱৈ। তেওঁ মহিলা টেনিছ ইতিহাসৰ অন্যতম সৰ্বশ্ৰেষ্ঠ খেলুৱৈ হিচাপে গণ্য। তেওঁ ২৩টা গ্ৰেণ্ড স্লেম একক খিতাপ জিকি বিশ্ব ৰেকৰ্ড স্থাপন কৰিছে। শক্তিশালী খেলৰ শৈলী, মানসিক দৃঢ়তা আৰু অধ্যৱসায়ৰ বাবে তেওঁ বিশ্বজুৰি অনুপ্ৰেৰণাৰ উৎস।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- “মোৰ মতে এজন চেম্পিয়নক জিকাত নহয়, পৰাৰ পিছত কেনেকৈ উঠি আহে তাতেই চিনি পোৱা যায়।”[১]
- “প্ৰত্যেক মহিলাৰ সফলতাই আন এজনী মহিলাৰ বাবে অনুপ্ৰেৰণাৰ উৎস হ’ব লাগে।”[২]
- “খেলত ভাগ্যৰ কোনো ভূমিকা নাই।”[৩]
- “যদি বাহিৰত গুলী চলি থাকিলেও তুমি খেলত মনোনিবেশ কৰিব পাৰা, তেন্তে সেয়াই প্রকৃত একাগ্ৰতা।”[৪]
তথ্যসূত্ৰ
[সম্পাদনা কৰক | উৎস সম্পাদনা]{{reflist]]