চামেলি মেমচা'ব
অৱয়ব
চামেলি মেমচা'ব অসমীয়া সাহিত্যৰ এখন উল্লেখযোগ্য গল্প সংকলন। নিৰোদ চৌধুৰীয়ে ৰচনা কৰা সংকলনখন বীণা লাইব্ৰেৰীয়ে প্ৰথম প্ৰকাশ কৰিছিল ১৯৭৭ চনৰ চেপ্তেম্বৰত।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- "কিন্তু কেতিয়াবা কেতিয়াবা দৰকাৰ নথকাকৈও বহু কাম পৃথিৱীত কৰিব লগীয়া হয়। সেই সময়ত মুহূৰ্ত্তৰ কথাই সঁচা হৈ ধৰা দিয়ে। সময়ৰ সামগ্ৰীক আৱেদন-পুষ্ট ফল মূল্যহীন যেন লাগে।"[১]
- "আমি বৰ্ত্তমানৰ মানুহবোৰো মৰা হাতীৰ নিচিনাই। নিমখ দি আমাকো পুতিব। তাৰ পিছত হে যদি আমাৰ হাড়ৰ দাম বাঢ়ে।"[২]