গৰমা কুঁৱৰী
অৱয়ব
গৰমা কুঁৱৰী অসম বুৰঞ্জীৰ ওপৰত আধাৰিত নৱকান্ত বৰুৱাৰ এখন উপন্যাস। অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰা উপন্যাসখন প্ৰথম প্ৰকাশ হৈছিল ১৯৮৪ চনৰ ডিচেম্বৰত।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- "ব্যাকৰণ শিক্ষা নহ'লে মানুহৰ চিন্তাই গঢ় ল'ব নোৱাৰে। বাছা, পাণিনিৰ অষ্টাধ্যায়ী মই পঞ্চম বেদ বুলি ভাবোঁ"[১]
- "ৰজা দশৰথৰ মৃত্যু ভাৰ্যাৰ কাৰণ, ৰামচন্দ্ৰৰো ভাৰ্যাৰ নিমিত্তেই দুখ, মৃগঃ কুত্ৰ হিৰন্ময়ঃ?"[২]
- "ইন্দ্ৰ সলনি হয়, শচী একেই থাকে"[৩]
- "জীয়াই থাকিলে ৰজা য'ত থাকে সেয়েই নগৰ আৰু মৰিলে পুথাও পুলিনৰ ঠাই ছেৰায়দয়"[৪]