ঐ লুলু আহিছে পলা পলা
অৱয়ব
ঐ লুলু আহিছে পলা পলা এখন এখন শিশু উপন্যাস। উপন্যাসখনৰ লেখক স্বপ্নালী কলিতা।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- "লুলুৰ পোছাকী নাম লুইত। লুইত বুলি সকলোৱে চাগৈ পাহৰিয়ে পেলাইছে।"[১]
- "লুলু আচৰিত হ'ল। তাকচোন কোনেও দেখিবই নোৱাৰে। চাৰে ইমান মৰম কৰিছে! তাৰ চকুদুটা পানীৰে ভৰি পৰিল।"[২]
- "লুলু তেতিয়াও এঠাইত ৰৈ ফোপাই আছে। নৱ ছাৰে গাৰ সমস্ত শক্তি প্ৰয়োগ কৰি এটা চৰ মাৰিলে তাক। সি ৰৈ থকা ঠাইৰ পৰা উফৰি গৈ ওচৰতে থকা টেবুলখনত থাপ মাৰি ধৰি কথমপি ৰ'ল। তাৰ চকুৰ পানীৰে তলৰ মজিয়া তিতি গ'ল। সি নিমাত।"[৩]