সমললৈ যাওক

এজায়ে

ৱিকিউদ্ধৃতিৰ পৰা
২০২৫ চনৰ অক্টোবৰ মাহত এজায়ে

কিম ইউন-জাই (কোৰিয়ান: 김은재; জন্ম: ৬ ডিচেম্বৰ, ১৯৯১), যাক পেচাদাৰীভাৱে এজায়ে (EJAE হিচাপে লিখা হয়; 이재) নামেৰে জনা যায়, এগৰাকী দক্ষিণ কোৰিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ কণ্ঠশিল্পী, গীতিকাৰ তথা সংগীত প্ৰযোজক।