সমললৈ যাওক

এইচ জি ওৱেলছ

ৱিকিউদ্ধৃতিৰ পৰা
অতীত এটা আৰম্ভণিৰ আৰম্ভণিহে; আৰু এতিয়া যি আছে বা অতীতত আছিল, সেয়া মাথোঁ ভোৰৰ ম্লান পোহৰ।

হাৰ্বাৰ্ট জৰ্জ ওৱেলছ (ইংৰাজী: Herbert George Wells; জন্ম: ২১ ছেপ্টেম্বৰ ১৮৬৬ – মৃত্যু: ১৩ আগষ্ট ১৯৪৬) এজন ব্ৰিটিছ লেখক আছিল যিয়ে তেওঁৰ কল্পবিজ্ঞান উপন্যাস যেনে দ্য ৱাৰ অৱ দ্য ৱৰ্ল্ডছ, দ্য ইনভিজিবল মেন আৰু দ্য টাইম মেচিনৰ বাবে আটাইতকৈ বিখ্যাত আছিল; কিপছ, দ্য হিষ্ট্ৰী অৱ মিষ্টাৰ পলি আৰু অন্যান্য সামাজিক ব্যংগ গ্ৰন্থৰ বাবেও।

  • আচলতে গুৰুত্বপূৰ্ণ কথাটো হ’ল যে আপোনাৰ যি আছে, সেইখিনিৰে আপুনি কি কৰে?[]
  • কালি যদি আপুনি তললৈ পৰি গৈছিল, তেন্তে আজি থিয় হওক।[]
  • পৃথিৱীখনে যদি আপোনাক সন্তুষ্ট নকৰে তেন্তে আপুনি ইয়াক সলনি কৰিব পাৰে।[]
  • অতীত এটা আৰম্ভণিৰ আৰম্ভণিহে; আৰু এতিয়া যি আছে বা অতীতত আছিল, সেয়া মাথোঁ ভোৰৰ ম্লান পোহৰ।[]
  1. ১.০ ১.১ H. G. Wells Quotes. আহৰণ কৰা হৈছে: 9 এপ্ৰিল 2026.
  2. H. G. Wells quotes. আহৰণ কৰা হৈছে: 9 এপ্ৰিল 2026.
  3. The Discovery of the Future (1901)