ঈশা গুহ
অৱয়ব

ঈশা তাৰা গুহ (ইংৰাজী: Isa Tara Guha; জন্ম: ২১ মে' ১৯৮৫) এগৰাকী ব্ৰিটিছ ক্ৰিকেট ধাৰাভাষ্যকাৰ, টেলিভিছন আৰু ৰেডিঅ' ক্ৰিকেট সম্প্ৰচাৰক। তেওঁ ২০০৫ চনৰ বিশ্বকাপ আৰু ২০০৯ চনৰ বিশ্বকাপত খেলা ইংলেণ্ডৰ এগৰাকী প্ৰাক্তন ক্ৰিকেটাৰ।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- মহিলাসকল অগ্ৰগতিৰ বাবে কৃতজ্ঞতা অনুভৱ কৰে, যদিও এতিয়াও ইকুইটিত উপনীত হ'বলৈ (আৰু সেয়া কেৱল সমান পাৰিশ্ৰমিক নহয়) বহুত কাম বাকী আছে। ইয়াত উপনীত হোৱাৰ বাবে খেলুৱৈ সংঘসমূহ এক গুৰুত্বপূৰ্ণ অংশ। ভাৰতৰ মহিলাসকলে বিশ্বৰ মঞ্চত তেতিয়াহে আধিপত্য বিস্তাৰ কৰিব, যেতিয়া তেওঁলোকক খেলত পুৰুষৰ দৰেই বিচাৰ কৰা হ’ব।[১]
মন্তব্য
[সম্পাদনা কৰক | উৎস সম্পাদনা]- তেওঁৰ কণ্ঠস্বৰ আৰু ধাৰাবিৱৰণীৰ শৈলী একেলগে উচ্ছাসপূৰ্ণ আৰু জ্ঞানবৰ্ধক। ঈশা গুহ বিশ্বৰ আৰু সম্ভৱতঃ সৰ্বকালৰ শ্ৰেষ্ঠ মহিলা ক্ৰিকেট ধাৰাভাষ্যকাৰ।[২]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ Indian Women Cricketers Need a Players’ Body: Isa Guha. আহৰণ কৰা হৈছে: 16 ছেপ্টেম্বৰ 2025.
- ↑ ধাৰাভাষ্যকাৰ গুহ. আহৰণ কৰা হৈছে: 16 ছেপ্টেম্বৰ 2025.