আৰ্নেষ্ট মিলাৰ হেমিংৱে
অৱয়ব
আৰ্নেষ্ট হেমিংৱে( জন্ম: ২১ জুলাই, ১৮৯৯-মৃত্যু: ২ জুলাই, ১৯৬১) এজন প্ৰসিদ্ধ আমেৰিকান উপন্যাসিক আৰু সাংবাদিক আছিল। তেওঁৰ সৰল আৰু শক্তিশালী লেখনীৰ বাবে তেওঁ বিশ্বজুৰি জনপ্ৰিয়। তেওঁ Nobel Prize in Literature লাভ কৰিছিল। যুদ্ধ, মানুহৰ সহনশীলতা আৰু জীৱনৰ বাস্তৱ দিশ তেওঁৰ ৰচনাৰ মূল বিষয়।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- “মানুহ ধ্বংস হ’ব পাৰে, কিন্তু পৰাজিত নহয়।” [১]
- “বিশ্বই সকলোকে ভাঙে, কিন্তু কিছুমান মানুহ তাতেই অধিক শক্তিশালী হয়।” [২]
- “প্ৰত্যেক মানুহে নিজৰ জীৱনৰ সৈতে যুঁজ দিব লাগিব।”[৩]
- “সাহস হৈছে চাপৰ মাজতো সৌজন্যতা বজাই ৰখা।” [৪]