আৰ্কিমিডিছ
অৱয়ব

আৰ্কিমিডিছ (প্ৰায় ২৮৭ – প্ৰায় ২১২ খ্ৰীষ্টপূৰ্ব) আছিল চিচিলিৰ চিৰাকিউজ চহৰৰ এজন প্ৰাচীন গ্ৰীক গণিতজ্ঞ, পদাৰ্থবিজ্ঞানী, অভিযন্তা, জ্যোতিৰ্বিজ্ঞানী আৰু উদ্ভাৱক।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ইউৰেকা! ইউৰেকা! (মই পাইছো! বা মই পাইছো!, সাধাৰণতে 'ইউৰেকা!' বুলি উদ্ধৃত।)[১]
- মোক থিয় হ’বলৈ ঠাই এডোখৰ দিয়া, মই পৃথিৱীখনক লৰচৰ কৰি দিম।[২]
- প্ৰথমতে অবাস্তৱ যেন লগা জ্যামিতিৰ কিমানটা উপপাদ্য সময়ত সফলতাৰে কাম কৰা হৈছে![৩]
- গণিতক ইয়াৰ প্ৰকৃত সৌন্দৰ্য্যৰ সৈতে সেইজনেই বুজিব পাৰে যি কেৱল নিৰ্মল হৃদয় আৰু মৰমেৰে ইয়াৰ কাষ চাপি অগ্ৰসৰ হয়।[৪]
- গণিত অধ্যয়ন নকৰা বা বুজিবলৈ চেষ্টা নকৰা লোকৰ বাবে পৃথিৱীখনৰ বহু কথা বুজিব নোৱাৰা হৈয়েই থাকে।[৫]
- মানুহে সদায় অতীতৰ পৰা শিকি আহিছে। ইয়াৰ কাৰণ হ’ল মানুহে অতীতৰ পৰা একো শিকিব পৰাটো কেতিয়াও সম্ভৱ নহয়।[৬]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ What he exclaimed as he ran naked from his bath, realizing that by measuring the displacement of water an object produced, compared to its weight, he could measure its density (and thus determine the proportion of gold that was used in making a king's crown); as quoted by Vitruvius Pollio in De Architectura, ix.215;
- ↑ Said to be his assertion in demonstrating the principle of the lever; as quoted by Pappus of Alexandria, Synagoge, Book VIII, c. AD 340; also found in Chiliades (12th century) by John Tzetzes, II.130. This and "Give me a place to stand, and I shall move the world" are the most commonly quoted translations.
- ↑ As translated by T. L. Heath, The Works of Archimedes (1897) unless otherwise indicated.
- ↑ https://bigthink.com/words-of-wisdom/archimedes-on-mathematics/
- ↑ আৰ্কিমিডিস। "Ways of Thought of Great Mathematicians: An Approach to the History of Mathematics (1964)", পৃষ্ঠা ১৩।[১] https://gogeometry.com/math_geometry_quotes/archimedes_math_quotes.html
- ↑ আৰ্কিমিডিস। "The Sword in the Stone"https://www.cornel1801.com/disney/Sword-Stone-1963/film6.html][https://www.jugantor.com/todays-paper/tutorials/223817/%E0%A6%AC%E0%A6%BE%E0%A6%A3%E0%A7%80--%E0%A6%86%E0%A6%B0%E0%A7%8D%E0%A6%95%E0%A6%BF%E0%A6%AE%E0%A6%BF%E0%A6%A1%E0%A6%BF%E0%A6%B8