আষ্ট্ৰিড বাৰ্জেছ-ফ্ৰিছবে
অৱয়ব

আষ্ট্ৰিড বাৰ্জেছ-ফ্ৰিছবে (ইংৰাজী: Àstrid Bergès-Frisbey; জন্ম ২৬ মে', ১৯৮৬) এগৰাকী ফৰাচী-স্পেনিছ অভিনেত্ৰী আৰু মডেল।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- এইটো দেখিলে সঁচাকৈয়ে বাস্তৱ যেন লাগে। আপুনি সঁচাকৈয়ে এগৰাকী সৰু ছোৱালীৰ দৰে অনুভৱ কৰিব। এই সকলোবোৰ বস্তু আৱিষ্কাৰ কৰাটো এক যাদুৰ দৰে।
- Astrid Berges-Frisbey Interview (১৭ মে', ২০১১)
- মই আধা সময় মোৰ চৰিত্ৰবোৰৰ ছদ্মবেশত জীয়াই থাকোঁ, গতিকে যদি মই নিজৰ বাবে এটা 'অফিচিয়েল চৰিত্ৰ' সৃষ্টি কৰিবলৈ আৰম্ভ কৰোঁ, তেন্তে সেয়া বৰ ভাগৰুৱা কাম হ’ব।
- যেতিয়া আপুনি সম্পূৰ্ণৰূপে এটা অন্তৰ্মুখী চৰিত্ৰৰ পৰা অতি জৈৱিক আৰু সজীৱ চৰিত্ৰলৈ সলনি হোৱাৰ সুযোগ পায়, তেতিয়া সেয়া বৰ ধুনীয়া হৈ পৰে।
- Astrid Bergès-Frisbey's prismatic peepers (২৬ ছেপ্টেম্বৰ, ২০১৪)