আশা
অৱয়ব

~ আলেকজেণ্ডাৰ পোপ
আশা (ইংৰাজী: Hope) হৈছে এক আশাবাদী মনৰ অৱস্থা। ই নিজৰ জীৱনৰ বা বহল পৃথিৱীৰ পৰিঘটনা আৰু পৰিস্থিতিৰ সন্দৰ্ভত ইতিবাচক ফলাফলৰ আশাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- আশা এটা জাগ্ৰত সপোন।
- প্ৰচেষ্টা অবিহনে কোনো আশা নাই৷ আশা আৰু সপোন বাস্তৱায়িত কৰিবলৈ আমি কাম কৰিবলৈ সাজু নহ’লে আশাৰ কোনো অৰ্থ নাই।
- প্ৰকৃতিয়ে আমাৰ আশাৰ কোনো সীমা নিৰ্ধাৰণ কৰা নাই।
- আশা কেতিয়াও হেৰাই নাযায়। সদায় সম্ভাৱনা থাকে।
- আশা এটা ভাল বস্তু, হয়তো শ্ৰেষ্ঠ বস্তু, আৰু কোনো ভাল বস্তু কেতিয়াও মৰি নাযায়।