সমললৈ যাওক

আই ইউ (গায়িকা)

ৱিকিউদ্ধৃতিৰ পৰা
IU in IU palette 2024
২০২৪ চনত আইইউ

লী জি-ইউন (জন্ম: ১৬ মে', ১৯৯৩), তেওঁৰ মঞ্চ নাম আইইউ (IU) হিচাপেও জনাজাত, এগৰাকী দক্ষিণ কোৰিয়াৰ কণ্ঠশিল্পী-গীতিকাৰ আৰু অভিনেত্ৰী।

  • "তেনেও হ’ব পাৰিলেহেঁতেন, তেনেকুৱা কিবা ঘটিব পাৰিলেহেঁতেন, মোৰো তেনেকুৱা এটা সম্পৰ্ক থাকিব পাৰিলেহেঁতেন" — এনেকুৱা চিন্তাবোৰেও মোৰ মনলৈ আহে।