সমললৈ যাওক

আইছা মাইগা

ৱিকিউদ্ধৃতিৰ পৰা
আইছা মাইগা

আইছা মাইগা (জন্ম: ৫ মে’ ১৯৭৫) এগৰাকী চেনেগালত জন্মগ্ৰহণ কৰা ফৰাচী অভিনেত্ৰী, পৰিচালিকা, লেখিকা, প্ৰযোজক আৰু সক্ৰিয় কৰ্মী। মাইগাই মাইকেল হানেক, আবদালৰহমান চিচাকো আৰু মিচেল গণ্ড্ৰীৰ দৰে প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতাসকলৰ সৈতে কাম কৰিছে আৰু শেহতীয়াকৈ চিৱেটেল এজিঅ’ফৰৰ পৰিচালনাৰ প্ৰথমখন ছবিত অভিনয় কৰিছে।