অসমৰ লোক-সংস্কৃতি (গ্ৰন্থ)
অৱয়ব
অসমৰ লোক-সংস্কৃতি গ্ৰন্থখনৰ প্ৰণেতা সংস্কৃতিবিদ বিৰিঞ্চি কুমাৰ বৰুৱা।তেখেতৰ উল্লেখনীয় কৰ্মৰাজিৰ ভিতৰত অন্যতম এই গ্ৰন্থখনে ১৯৬৪ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।