সমললৈ যাওক

অমৃতা ৰাও

ৱিকিউদ্ধৃতিৰ পৰা

অমৃতা ৰাও (ইংৰাজী: Amrita Rao; জন্ম: ৭ জুন ১৯৮১) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু এগৰাকী প্ৰাক্তন মডেল। তেওঁ মূলতঃ হিন্দী ছবিত অভিনয় কৰাৰ বাবে পৰিচিত।

  • "সেউজীয়া" আহাৰ খোৱাটো এক মহান অনুভৱ। এগৰাকী নিৰামিষভোজী হিচাপে, মই মোৰ শৰীৰক ফল আৰু শাক-পাচলিত সমৃদ্ধ পুষ্টিৰে ইন্ধন যোগাই আছোঁ, জীৱ-জন্তুবোৰক সহায় কৰি আছোঁ আৰু গ্ৰহটোক বচাবলৈ মোৰ কৰণীয়খিনি কৰি গৈ আছোঁ।
  • নিৰামিষভোজী হোৱাটোক মই ৱাও ৰাও ডায়েট বুলি কওঁ। ৱাও কাৰণ মই জানো যে নিৰামিষভোজী হোৱাটো মোৰ নিজৰ, জীৱ-জন্তু আৰু পৰিৱেশৰ কাৰণে সৰ্বোত্তম কাম। পালছ (মাহজাতীয় খাদ্য)য়ে আপোনাৰ পালছ (হৃদস্পন্দন)ক ৰেচিং (দ্ৰুতিপ্ৰদান) কৰাব পাৰে, আনহাতে কৰ্পছ (মৃতদেহ)ৰ খাদ্যই ইয়াক লেহেমীয়া কৰে। মাংসৰ অভ্যাসটো ত্যাগ কৰক। চাব, আপোনাক আগতকৈ ভাল দেখা যাব আৰু আপুনি আগতকৈ ভাল অনুভৱ কৰিব।
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: