অপ্ৰাহ উইনফ্ৰে
অৱয়ব
অপ্ৰাহ উইনফ্ৰে(lang-en|:Oprah Winfrey,জন্ম: ২৯ জানুৱাৰী, ১৯৫৪ চন) এগৰাকী বিশ্বপ্ৰসিদ্ধ আমেৰিকান টেলিভিছন উপস্থাপক, অভিনেত্ৰী, প্ৰযোজক আৰু সমাজসেৱী। তেওঁ দৰিদ্ৰ পৰিৱেশত জন্ম লৈ বহু কষ্টৰ মাজেৰে জীৱনত আগবাঢ়ি গৈ সফলতাৰ শিখৰত উপনীত হয়। তেওঁৰ অনুষ্ঠান ‘The Oprah Winfrey Show’ বিশ্বজুৰি অত্যন্ত জনপ্ৰিয় হৈছিল। তেওঁ মহিলাৰ দক্ষতা, শিক্ষা আৰু আত্মউন্নয়নৰ বাবে উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে।
উদ্ধৃতি সমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- তোমাৰ আঘাতবোৰক জ্ঞানত পৰিণত কৰা।[১]
- এই মুহূৰ্তত সৰ্বোত্তম কাম কৰিলে তুমি আগন্তুক মুহূৰ্তৰ বাবে সৰ্বোত্তম স্থানত থাকিবা।[২]
- “নিজকে সেইসকল মানুহেৰে ঘেৰাও কৰি ৰাখা, যিসকলে তোমাক সদায় উন্নতিৰ দিশে আৰু অধিক উচ্চতালৈ আগুৱাই যোৱাৰ প্ৰেৰণা দিয়ে।”[৩]